জীৱন বিস্ময়কৰ
চিনাকি অচিনাকি ভাবৰ মিশ্ৰণ৷
অন্ধকাৰ কেঁকুৰিত,
অচিনাকি আলফুল পৰশ,
চিনাকি তীব্ৰ আঘাত,
আকষ্মিক প্ৰাপ্তি,
দৈনিক অপ্ৰাপ্তি৷
অশ্ৰু অঞ্জলি,
যাত্ৰা মাথোঁ
জীৱনৰ আলেখ-লেখ!!
চিনাকি অচিনাকি ভাবৰ মিশ্ৰণ৷
অন্ধকাৰ কেঁকুৰিত,
অচিনাকি আলফুল পৰশ,
চিনাকি তীব্ৰ আঘাত,
আকষ্মিক প্ৰাপ্তি,
দৈনিক অপ্ৰাপ্তি৷
অশ্ৰু অঞ্জলি,
যাত্ৰা মাথোঁ
জীৱনৰ আলেখ-লেখ!!
চবিনা ইয়াচমিন
২৯/১০/১৭
২৯/১০/১৭
No comments:
Post a Comment