এনেকুৱা নহয় যে
বুজিব নোৱাৰি
শব্দ এটিৰ গূঢ়াৰ্থ!
বুজিব নোৱাৰি
শব্দ এটিৰ গূঢ়াৰ্থ!
কিন্তু,
চিৰদিনলৈ হেৰাই
শব্দেৰে লিখিলে
এনেকুৱা কিছু অৰ্থ!
চিৰদিনলৈ হেৰাই
শব্দেৰে লিখিলে
এনেকুৱা কিছু অৰ্থ!
টোকা : হাৰুকী
মুৰাকামীৰ উপন্যাস '1Q84' ৰ এটি বাক্যৰ
কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

No comments:
Post a Comment