Friday, 6 October 2017

কথা(ঈ) ------- 🖋কিশোৰ দাস

-------
🖋কিশোৰ দাস
হৃদয়ৰ সুৰুঙাবোৰত বন্ধোৱা
মৰমৰ সেই ভঁজীয়া বঙিয়াইদি
এই যেন উদগীৰণ হ'ব-
দোদুল্যমান ভূলোকত
প্ৰতাৰিত
সুপ্তজ্বালামুখী!


🖋কিশোৰ দাস

No comments:

Post a Comment