ৰতি
(অণু-গল্প)
(অণু-গল্প)
‘কোন আহিছেনো?‘ বৃদ্ধাই বহি থকাৰ পৰাই আগন্তুকৰ বিষয়ে জানিব খুজিলে৷ ‘কিয়নো লাগে আপোনাক? চিনি জানি নাপাব সুধি থাকিব খালি৷' সৰু বোৱাৰীয়েকে ভোৰভোৰালে৷ 'মই আক' কোনোবা আহিছে বুলিয়ে ভাবিছিলো৷ চকুৰে ভালকৈ নেদেখো নহয়৷' বৃদ্ধাই লাখুটিডাল একাষৰীয়াকৈ ৰাখিলে৷
No comments:
Post a Comment