"ফোন নম্বৰ"
.
.
চিনাকী ফোন নম্বৰ এটি সি এবাৰ কনটাক্ট লিষ্টৰপৰা ডিলিট কৰিছে,দুদিন পিছত আকৌ ছেভ কৰিছে।আকৌ ডিলিট কৰি ছেভ কৰিছে নিৰ্দিষ্ট নম্বৰটো।এই ঘটনাটো যেন চলিয়ে থাকিল।মাজে মাজে সি ডায়েল কৰে নম্বৰটো।সেইফালৰপৰা ভাহি আহে , "নম্বৰ ইউ হেভ ক'লড ইজ বিজী"।
সি জানে , তাৰ ফোন নম্বৰটো ৰিজেক্ট লিষ্টত,সেয়ে…
নম্বৰটো সি আকৌ ডিলিট কৰিব বুলিও ৰৈ গ'ল এইবাৰ।
সি ভাবিলে,পাৰমানেন্টলি ডিলিট নোহোৱালৈ হয়তো এই খেল চলিয়ে থাকিব তাৰ মাজত।
-সুব্ৰতা
২০/১/১৬ ইং
সি জানে , তাৰ ফোন নম্বৰটো ৰিজেক্ট লিষ্টত,সেয়ে…
নম্বৰটো সি আকৌ ডিলিট কৰিব বুলিও ৰৈ গ'ল এইবাৰ।
সি ভাবিলে,পাৰমানেন্টলি ডিলিট নোহোৱালৈ হয়তো এই খেল চলিয়ে থাকিব তাৰ মাজত।
-সুব্ৰতা
২০/১/১৬ ইং
No comments:
Post a Comment