এয়া একপ্ৰকাৰ সঁচা যে,
দেশৰ বৃহৎ ব্যৱসায়ী আৰু ৰাজনীতিকৰ হাতলৈ সংবাদ মাধ্যমকে ধৰি কাকতৰ পৃষ্ঠা সমুহ গুচি যোৱাৰ বাবেই আজিৰ শিক্ষিত আৰু সচেতন মানুহে ম'বাইল ইণ্টাৰনে'টৰ ছ'ছিয়েল নে'টৱর্কিং, ব্লগৰ সুবিধা গ্ৰহণ কৰি এক মুক্ত মত- বিনিময়ৰ
মঞ্চ তৈয়াৰ কৰি লৈছে //ই নিশ্চয়কৈ আমাৰ বাবে সুখবৰ||

বিষয় যি নহওঁক মানুহে নিজৰ কথা খুলি কোৱাৰ প্ৰয়াস কৰিছে কিন্তু চৰম দুখৰ কথা এয়া যে,
আমি ইমান বেছি আত্মকেন্দ্ৰিক হৈ পৰিছো যে আমাৰ হাতত সকলোৰে লেখা পঢ়িবলৈ সময় নাই অথচ আমাৰ চিনাকী বন্ধু এজনে যিমান অদৰকাৰী লিখা নিদিয়ক আমি তাত অনর্থক মতামতত ব্যস্ত হৈ পৰো সময়ৰ কথা নেভাবি..
মতামত আৰু ভাললগাবোৰো যেন.. তৈল্যমর্দনৰ আহিলা হৈ পৰিছে /
তাৰোপৰি ফেচবুকত এশ একুৰিটা গোট সৃষ্টিৰ ফলত মানুহবোৰ বিভাজিত হৈছে যাৰ ফলত
ভাল লেখা হলেও সি সকলো ঠাইত সমান আদৰ নেপায়//
উল্লেখযোগ্য যে....
মতামতবিলাকো তেনেভাৱেৰে প্ৰভাৱিত, একেটা গোটত এজন লেখকে ষোল্লটা মতামত পাব পাৰে
আনহাতে দুই এটা লেখা মাত্ৰ তিনিটা বুঢাআঙুলি চাই সান্তনা লভিবলগীয়া হয়||
ইয়াৰ কাৰণ কি হব পাৰে , মই বুজি নেপাওঁ /কিন্তু এয়া ঠিক যে…… সময় থাকোঁতে ভাৱি নেচালে আজিৰ ৰাজনীতিৰ দৰে যে ফেচবুকৰ মজিয়াখন নহব য'ত মানুহৰ প্ৰভাৱক প্ৰাধান্য দিয়া হয় আবেগৰ মুল্য তেনেই সাৰশূন্য ! //
তাত কোনো সন্দেহ নাই !!

No comments:
Post a Comment