অসম বাণী, ২২ এপ্ৰিল ২০১৬ ত প্ৰকাশিত ।
------------------------------------------------------------
মনৰ পখী
---------------
------------------------------------------------------------
মনৰ পখী
---------------
কবি: কমল কুমাৰ শৰ্মা
ওৰে ৰাতি
তোমাৰ মনৰ পখীয়ে উৰি অাহি
কুটি কুটি খায়
কলিজাৰ এপাহ খৰিকাজাই
তোমাৰ মনৰ পখীয়ে উৰি অাহি
কুটি কুটি খায়
কলিজাৰ এপাহ খৰিকাজাই
ভাগৰত দো খায়
মনৰ হেপাহ
মনৰ হেপাহ
লাহে লাহে
নিৰ্জনতা ভাঙি বাঢ়ি অাহে
শুন্যতাৰ কোলাহল
নিৰ্জনতা ভাঙি বাঢ়ি অাহে
শুন্যতাৰ কোলাহল
জিলিৰ মাতত বাগৰ সলাই
উজাগৰ নিশাই
উজাগৰ নিশাই
No comments:
Post a Comment