Thursday, 21 April 2016

বাৰিষাৰ নৈ

বাৰিষাৰ নৈ
……………………
.. .দীপালী বৰা
বাৰিষাৰ নৈ
উকি মাৰি চাই হে চাই
বেলিয়েও নেদেখে তাইৰ
বুকুৰ হৈ চৈ ৷
কেনেকৈ দেখিব
নৈ যে নাৰী
বুকুৰ দুখ ঢাকি
আপোনজনৰ বাবে
ওঁঠত বিৰিঙাই ৰাখে হাঁহি ৷

No comments:

Post a Comment