Saturday, 29 August 2015

স্বৰ-সন্ধি -জোনমণি দাস

মাটিয়ে মোক
মৰণলৈ মাতি থাকে
মোৰ ছাঁয়াই মোক
জীৱনলৈ ঘূৰাই আনে...

No comments:

Post a Comment