Saturday, 29 August 2015

বৰ্ষা-নিষাদ : কবি:-বিক্ৰমাদিত্য বৰুৱা

এন্ধাৰ খটখটীৰে নামি অহা ছোৱালীজনী তিতিছিল
শেহ ৰাতিৰ তৰাৰ বাগিছাত
আৰু তাইৰ চুলিবোৰ মেলি দিছিল মোৰ চকুৰ চঁপাপতীয়া পোহৰত
.
তাই বৰষুণ
মই মাছ !

No comments:

Post a Comment