প্ৰিয় সতীৰ্থবৃন্দ,
গোটৰ সন্মানীয় সদস্যবৃন্দক জনাব বিচাৰিছো যে গোটৰ 'চানেকি' শিতানটো প্ৰস্তুত কৰাৰ দায়িত্ব সম্পূৰ্ণৰূপে গোটৰ অন্যতম সক্ৰিয় সদস্য হীৰকজ্যোতি বৈশ্যক দিয়া হৈছে। শিতানটো কাৰ জৰিয়তে প্ৰস্তুত কৰিব, কেনেকৈ প্ৰস্তুত কৰিব সেই সকলো কথা এতিয়াৰে পৰা হীৰক বৈশ্যই ঠিক কৰিব।
উল্লেখ থাকে যে এই ক্ষেত্ৰত প্ৰশাসকবৃন্দই কোনো প্ৰকাৰে হস্তক্ষেপ নকৰে।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
২০ চেপ্তেম্বৰ ২০১৪

No comments:
Post a Comment