প্ৰতি
মাননীয় সদস্যবৃন্দ,
আখৰুৱা : literati গোট।
বিষয়: 'সন্ধান' শিতানৰ আলোচনা।
আপোনালোকক বিনীত ভাবে জনাব খোজো যে আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ ভিন্ন দিশ আলোচনাৰ বাবে 'সন্ধান শিতানৰ যুটীয়া বাৰ্তালাপ' এটিৰ সৃষ্টি কৰা হৈছে। সদ্যহতে তাত 'সন্ধান' শিতানলৈ অনুবাদ কবিতা পঠিওৱা গোটৰ সদস্য ক্ৰমে কবিতা দত্ত গোস্বামী, সুনীল অমিয়, মালৱিকা ব্ৰহ্ম, জোনা নায়ক আৰু নিউটন কোঁৱৰ বসুমতাৰীক যুক্ত কৰা হৈছে। এই বাৰ্তালাপত গোটৰ দুয়োগৰাকী প্ৰশাসক যুক্ত হৈ আছে।
উল্লিখিত বাৰ্তালাপত এতিয়ালৈ হোৱা আলোচনা মৰ্মে যিখিনি মতামত আহিছে, সেইখিনি গোটৰ সদস্যবৃন্দৰ বিবেচনাৰ্থে আগবঢ়োৱা হ'ল, যাতে আমি এই দিশত সঠিক সিদ্ধান্ত ল'ব পাৰোঁ। আলোচনাত সমুখলৈ অহা বিষয় সমূহ এনেধৰণৰ:
১) ভাবান্তৰ - কথাষাৰ যদিও প্ৰায় সকলো অনুবাদকৰ জ্ঞাত তথাপি আমি ভাবো যে অনুবাদ সাধাৰণ ভাষান্তৰ নহয়, বৰং ভাষাটোৰ স্বকীয় বৈশিষ্ট আৰু আ-অলংকাৰেৰে সুসজ্জিত। সেই দিশলৈ আমি দৃষ্টি দিব লাগিব।
২) অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদ কৰা কবিতা গোটত প্ৰকাশ কৰিলে সদস্যসকলৰ বুজাত অসুবিধা হ’ব পাৰে। অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ কথাটো সুকীয়া।
৩) অনুবাদ সাহিত্যৰ ভিন্ন দিশৰ বিষয়ে গোটত আলোচনা হ’ব লাগে।
৪) কেনে ধৰণৰ কবিতা অনুবাদৰ বাবে আমি নিৰ্বাচন কৰিম সেই বিষয়ে গোটত আলোচনা হোৱাটো ভাল।
৫) অৱশ্যে সদ্যহতে অসমীয়াৰ পৰা হিন্দী আৰু বাংলা ভাষালৈ কবিতাৰ অনুবাদ কৰিব পাৰি।
৬) আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ প্ৰকাশৰ সময়সীমা ঠিক কৰাটো ভাল, যাতে অনুবাদ কবিতাই গোটৰ মৌলিক কবিতা প্ৰকাশৰ ধাৰটোক বাধাগ্ৰস্ত নকৰে। যেনে
ক) সপ্তাহত এদিন,
খ) পষেকত এদিন,
গ) প্ৰতি মাহত এদিন।
সেয়ে উল্লিখিত বিষয়ত গোটৰ মাননীয় সদস্যবৃন্দৰ মতামত বিচাৰিলোঁ।
ধন্যবাদ।
ইতি
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
০২ চেপ্তেম্বৰ ২০১৪
LikeLike · · 79
Mousumee Bori, Malabika Brahma, Kushal Haloi and 4 others like this.
Manohar Dutta 'সন্ধান'ৰ এই প'ষ্টটো সম্পাদনা কৰোতে ভুলবশত: মচা গ'ল।
সেয়ে পুনৰ নতুনকৈ দিয়া হৈছে।
September 2 at 11:43pm · Like
Hirákjyóti Báishýá *Asomiar pora hindi,english naiba bangla vaxaloi kora anubad kobita got't dibo pare.
*Kobita etar anubad korar agot kobijanar jibon darshan kisu adhyan kora prayojan,jihetu kobi janar jiban darshane kobitat provab pelai.tetiahe kobir prokrito vabadarsha anubad kobitatoloi baahito hobo.
*Akhoruwat anubad kobita soptah ba poxek'r mure mure dibo pare..
September 2 at 11:45pm · Like · 1
Kaushik Baiswas Poems can never be translated,they have to be transcreated.---কবিতা একোটা অনুবাদ কৰিবলৈ যাওতে অনুবাদকাৰীয়ে এই কথা মনতে জুঁকিয়াই লৈ আগবঢ়া উচিত হ'ব বু লি ভাবো৷যধে-মধে কৰা অনুবাদে প্ৰকৃত সৃস্টিৰ সৌন্দৰ্যৰ হানিহে কৰিব৷
September 3 at 12:02am · Edited · Like · 3
Er Newton Konwar Basumatary #kaushik...anubad eta xoili..kobita eta likhute jiman kosto hoy, anubaad koriboloi tatkoi bohut taan kam!
September 3 at 12:12am · Edited · Like · 3
Prabhakar Sarma Neog মোৰ মনলৈ অহা ভাবখিনি তলত দিলোঁ (অৱশ্যে মানিবই যে লাগিব তেনে নহব, কৈছোঁহে):
১। ভাবান্তৰ নে ভাষান্তৰ: অনুবাদকৰ ওপৰত এৰি দিয়ক। ভাল হৈছেনে বেয়া হৈছে পাঠকে নিজেই বিচাৰ কৰিব। তদুপৰি বিষয়টো আলোচনা কৰিবলৈ ৩ নং পইন্ট টো আছেই।
২। ভাষা: এই বিষয়ক বাধ্যবাধকতা এতিয়াই উল্লেখ কৰাৰ প্ৰয়োজন নাই। কেতিয়াবা প্ৰত্যক্ষভাবে প্ৰশ্নটো উঠিলে তেতিয়া আলোচনা কৰিলেই হ'ল।
৪। কবিতা/লিখনিৰ বিষয়: বিষয় সাপেক্ষ বাধ্যবাধকতা আৰোপ কৰিলে গোটৰ বৈচিত্ৰৰ পৰিসৰ সীমিত হৈ পৰিব (একে কথা ভাষাৰ ক্ষেত্ৰতো প্ৰযোজ্য)। কেৱল শালীনতা ৰক্ষাত চকু দিলেই হ'ল।
৫। এই পইন্টটো অপ্ৰয়োজনীয়।
সামগ্ৰিকভাৱে আৰু এটা কথা বিবেচনাৰ বাবে আগবঢ়ালোঁ: গোটত প্ৰশাসকৰ হস্তক্ষেপ যিমানে কম হয় সিমানে ভাল। দৰাচলতে ব্যক্তিগতভাবে মই "এডমিন" শব্দটোৰ অসমীয়া প্ৰতিশব্দ হিচাবে "সহায়ক" শব্দৰ ব্যৱহাৰৰ হে পক্ষপাতি। দৰাচলতে এইটো এটা কম্পিউটাৰ ইঞ্জিনীয়াৰিং বিষয়ৰ কাৰিকৰী শব্দ, সামাজিক পৰিসৰত ব্যৱহাৰ কৰাৰ উপযুক্ত নহয়। (এই বিষয়ে আৰু লিখাৰ ইচ্ছা আছে, কিন্তু এতিয়াৰ প্ৰসংগত ইমানেই যথেষ্ট, পাচত কেতিয়াবা লিখিম।)
September 3 at 8:15am · Like · 1

Junmoni Das Pokhekot eber anubad kobita dile val hoi buli vabu.
September 3 at 3:48pm · Like · 2
Jona Nayak এতিয়ালৈকে মন্তব্য জনোৱা সকললৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল ৷ ব্যক্তিবিশেষে দৃষ্টিভঙ্গীৰ বিভিন্নতা থকা বাবে, গোটৰ মাননীয় সদস্যবৃন্দৰ বহুমুলীয়া মতামত জানিলে- 'সন্ধান' শিতানটো যুগুতোৱাৰ ক্ষেত্ৰত উপযুক্ত সিদ্ধান্তত উপনীত হ'বলৈ আমাৰ সুবিধা হ'ব ৷ সেয়ে মাননীয় সদস্যবৃন্দই তেখেতসকলৰ মতামত জনাই আমাক উপকৃত কৰিব বুলি আশা কৰিলো ৷
September 3 at 11:38pm · Like · 2
Malabika Brahma ( Please consider this comment coming from a member of Akhoruwa, NOT an admin )
1. Like Kaushik n Er Newton , i would also express my feelings that anubad xahitya is actually recreation of that literal work keeping its creator's expression in that state of mind to the closest. It would the utmost responsibility of the translator to maintain the exact beauty of the original work.
2. As i feel, going with what Prabhakar Sarma Neog said, i think translatory literal work is both 'bhabantor aru bhaxantor' going hand in hand.
3. There should not be any limit to be imposed on translation work.
4. I would like to think that we should encourage translation to assamese from any other language considering the fact that most of the members are better versed in assamese.
5. Timing to discuss later
Yesterday at 3:44am · Edited · Like · 1
Manohar Dutta এতিয়ালৈ মাননীয় সদস্য সকলৰ পৰা অহা পৰামৰ্শৰ আধাৰত আৰু যৌথ আলোচনাৰ ভিত্তিত- 'সন্ধান' শিতান যুগুতোৱাৰ যত্ন কৰা হ'ব।
সেয়ে এই আলোচনাত ভাগ লোৱা প্ৰতিগৰাকী সদস্যলৈ আন্তৰিক ধন্যবাদ থাকিল।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
০৫ চেপ্তেম্বৰ ২০১৪

No comments:
Post a Comment