Thursday, 27 November 2014

'সন্ধান' শিতানৰ বিষযে:

নমস্কাৰ।
আপোনালোকক জনাও যে 'আখৰুৱা' গোটত 'সন্ধান' নামৰ এটি নতুন শিতান খোলাৰ কথা ভবা হৈছে, য'ত মূলত: অনুবাদ কবিতা প্ৰকাশ কৰা হ'ব। সেয়ে 'সন্ধান শিতানৰ বাবে উৎকৃষ্ট মানৰ কিছু অনুবাদ কবিতাৰ প্ৰয়োজন হৈছে।
গতিকে আপোনালোকৰ পৰা তেনে অনুবাদ কবিতা পাম বুলি আশা কৰিলোঁ। যিসকল মাননীয় সদস্য/সদস্যাই 'সন্ধান' শিতানলৈ অনুবাদ কবিতা পঠিয়াব খোজে তেখেত সকলে যেন প্ৰশাসকবৃন্দৰ সৈতে যোগাযোগ কৰে নতুবা ইয়াত উল্লিখিত ই-মেইল ঠিকনালৈ কবিতা সমূহ পঠিয়ায়।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
১৯ মে' ২০১৪
Email: duttamanohar@gmail.com

No comments:

Post a Comment