Manohar Dutta
অনুদিত কবিতাৰ বিশেষ ডক ফাইল সৃষ্টিৰ প্ৰস্তাৱ:
আজি গোটৰ অন্যতম সদস্য তথা কবি Prabhakar Sarma Neog ডাঙৰীয়াই Pablo Neruda-ৰ 'কবিতা (- Poetry)' শীৰ্ষক এটি অনুদিত কবিতা
গোটলৈ প্ৰেৰণ কৰিছে। কবিতাটো অতি সুন্দৰ। এনে অনুদিত কবিতাই উৎকৃষ্ট কবিতাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিয়াৰ লগতে আমাক নিশ্চয়
কবিতা পাঠৰ অনন্য সোৱাদ দিব।
সেয়ে গোটৰ মাননীয় সদস্য সকলে আগ্ৰহ কৰিলে গোটলৈ অহা অনুদিত কবিতা সমূহ গোটৰ উমৈহতীয়া ডক ফাইলত সাঁচি ৰাখিবলৈ (অনুদিত কবিতাৰ
বাবে বিশেষ ডক ফাইল সৃষ্টি কৰি) গোটৰ উদ্যোগত সাঁচি ৰাখিবলৈ দিহা কৰিব পৰা যায়। উক্ত ডক ফাইলত অনুদিত কবিতা সন্নিৱিষ্ট কৰিবলৈ
অনুবাদ কৰোঁতাৰ সন্মতি অৱশ্যেই বাঞ্চনীয়। গতিকে কোনো কবিয়ে তেখেতৰ অনুদিত কবিতা ডকফাইলত ৰাখিব নিবিচাৰিলে প্ৰশাসকক জনাব পাৰিব
আৰু প্ৰশাসকে সেইমতে ব্যৱস্থা ল'ব।
গোটৰ সকলো সদস্যৰ মতামত আশা কৰিলোঁ।
প্ৰশাসকবৃন্দ
আখৰুৱা : literati গোট।
২৩ ফেব্ৰুৱাৰী ২০১৪
Like · · February 23 at 8:41pm · Edited

Prabhakar Sarma Neog, Kushal Haloi, Jahnu Bharadvaz and 8 others like this.
View 3 more comments
Suresh Borah khub xundor podokhep.
February 24 at 12:40am · Unlike · 1
Prabhakar Sarma Neog মোৰ অনুদিত কবিতাৰ বাবে মোৰপৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই, ভাল কামত যেনেকৈ ইচ্ছা তেনেকৈ ব্যবহাৰ কৰিব পাৰিব।
February 24 at 7:48pm · Edited · Unlike · 2
Manohar Dutta ধন্যবাদ Prabhakar Sarma Neog ডাঙৰীয়া।
February 24 at 9:33pm · Like
No comments:
Post a Comment