Tuesday, 3 May 2016

আখৰুৱা গোটৰ প্ৰথমখন উপন্যাস, অনুপমা বৰগোহাঁইৰ "ক'তেনো আছা মোৰ কলিজাৰ আই... "

আখৰুৱা গোটৰ প্ৰথমখন উপন্যাস, অনুপমা বৰগোহাঁইৰ
"ক'তেনো আছা মোৰ কলিজাৰ আই... "
আখৰুৱাৰ শুভেচ্ছাৰ চিনস্বৰূপে "ক'তেনো আছা মোৰ কলিজাৰ আই... " উপন্যাসখনলৈ বেটুপাতৰ আৰ্হি এটা আগবঢ়ালোঁ।
চিত্ৰশিল্পী : নৱাকাশ (Nava Kash)
অক্ষৰ বিন্যাস : গুগল এপচ PicMonkey
আমাৰ অনুৰোধত বেটুপাতৰ চিত্ৰখন আঁকি দিয়া বাবে গোটৰ সদস্য কবি, চিত্ৰশিল্পী নৱাকাশলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
জয়তু আখৰুৱা!
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
৩ এপ্ৰিল ২০১৬

No comments:

Post a Comment