Tuesday, 3 May 2016

গল্ফীৰ ডায়েৰি:মৌচুমী বৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউ বেংকৰ পৰা মুখ ওন্দোলাই উভতি আহিল৷ মই সুধিলোঁ-- "বাইদেউ, বেংকত কাম হ'ল নে?"
" নাই অ' গল্ফী, আজি বেংকত ইন্টাৰনকেই নাই, কাম নহ'ল" !!!!

No comments:

Post a Comment