যিমান মহান
আদৰ্শৰে নচলাইবা কিয়
নিজকে যিমানেই উদঙাই নিদিয়াইবা কিয়
কিছুমান কথা নোকোৱাকৈয়ে ৰৈ যাব
কলহৰ তলিৰ পানী টোপালৰ দৰেই।
নিজকে যিমানেই উদঙাই নিদিয়াইবা কিয়
কিছুমান কথা নোকোৱাকৈয়ে ৰৈ যাব
কলহৰ তলিৰ পানী টোপালৰ দৰেই।
টোকা : হাৰুকী
মুৰাকামীৰ উপন্যাস 'Colorless
Tsukuru Tazaki and His Years of
Pilgrimage' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

No comments:
Post a Comment