ভাগ্য হ'ল ধূলিৰ ধুমুহা
ঘনাই সলাই যিয়ে পথ,
সলাব পাৰিবা যদিও পথ
ধূলিৰ ধুমুহাই খেদিব।
ঘনাই সলাই যিয়ে পথ,
সলাব পাৰিবা যদিও পথ
ধূলিৰ ধুমুহাই খেদিব।
তুমিয়েই ধুমুহা,
তোমাতেই আছে যি!!
তোমাতেই আছে যি!!
টোকা : হাৰুকী
মুৰাকামীৰ উপন্যাস 'Kafka on the
Shore' ৰ এটি বাক্যৰ
কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।
-কিশোৰ দাস
No comments:
Post a Comment